Assam Direct Recruitment Previous Year Question Paper (Grade 4) - Mock Test 1

General Instructions:

Read the following instructions carefully.

 

Sl No. Section Name No. of Question Maximum Marks  Negative Marks Positive Marks
1 Section-1 135 135 No Negative Marks 1

পৰীক্ষাৰ মুঠ সময়সীমা ১২০ মিনিট। আপোনাৰ সময় চাৰ্ভাৰত ছেট কৰা হ'ব।

Screenৰ Top Centreত থকা কাউণ্টডাউন টাইমাৰে আপোনাৰ বাবে পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ উপলব্ধ বাকী সময় প্ৰদৰ্শন কৰিব। যেতিয়া টাইমাৰটো শূন্যত উপনীত হ’ব তেতিয়া পৰীক্ষাটো নিজেই শেষ হ’ব। পৰীক্ষা বন্ধ কৰাৰ বা Paper Submit কৰাৰ প্ৰয়োজন নাই।

However, ফিনিচিং বুটামটো ক্লিক কৰি যিকোনো সময়তে পৰীক্ষা শেষ কৰি ৰিজাল্টটো চাব পাৰিব।

নিৰ্দেশনাবোৰ পঢ়ি বুজি পাইছো। মোক আবণ্টিত সকলো কম্পিউটাৰ হাৰ্ডৱেৰ সঠিকভাৱে কাম কৰা অৱস্থাত আছে। মই ঘোষণা কৰোঁ যে মোৰ হাতত পৰীক্ষা প্ৰেক্ষাগৃহত কোনো নিষিদ্ধ গেজেট যেনে মোবাইল ফোন, ব্লুটুথ ডিভাইচ আদি /কোনো নিষিদ্ধ সামগ্ৰী মোৰ হাতত নাই /পিন্ধা নাই /যোৱা নাই। মই মানি লৈছো যে নিৰ্দেশনাসমূহ মানি নচলাৰ ক্ষেত্ৰত মই এই পৰীক্ষা আৰু/বা অনুশাসনমূলক ব্যৱস্থাৰ পৰা বঞ্চিত হ’বলৈ দায়ী হ’ম, য’ত ভৱিষ্যতৰ পৰীক্ষা/পৰীক্ষাৰ পৰা নিষিদ্ধ হ’ব পাৰে।

 

Please note all questions will appear in your default language. This language can not be changed for a particular question later on.

Select Exam Language

1.

ভিক্টোৰিয়া মেম’ৰিয়েল কোন ঠাইত অৱস্থিত?

2.

হিমা দাসে কোনবিধ খেলত অংশ গ্রহণ কৰে?

3.

ডিচেম্বৰ, 2021 বৰ্ষত “অসম বৈভৱ” বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল ?

4.

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত?

5.

MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে:

6.

কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হ’য়?

7.

নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে?

8.

ইণ্ডিয়ান চিভিল চাৰ্ভিছ (ICS) পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্রথম গৰাকী ব্যক্তি কোন আছিল?

9.

"প্রত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে” শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল?

10.

জিম্বাৱেৰ ৰাজধানী চহৰ খনৰ নাম কি?

11.

সংযুক্ত আৰব এমিৰেট (UAE) ৰ মুদ্ৰাৰ নামকি?

12.

কোন দুখন নগৰৰ মাজত নৰনাৰায়ন সেতু অৱস্থিত?

13.

আহোম ৰাজ্যেৰ শেষৰজন ৰজা কোন আছিল?

14.

লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা “অ’ মোৰ আপোনাৰ দেশ” প্ৰথমে ক’ত প্রকাশিত হৈছিল?

15.

বেঙ্কক কোনখন দেশৰ ৰাজধানী চহৰ?

16.

গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মূখ্যমন্ত্ৰী কোন হৈছিল?

17.

অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল?

18.

নিয়লিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী?

19.

মাৰ্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্রাক্তন প্ৰধানমন্ত্ৰী আছিল?

20.

ৰাছিয়া আৰু আলাঙ্কাৰ মাজৰ জলভাগ হৈছে:

21.

নিম্নলিখিত কোনখন চহৰ সাগৰ-তীৰত অৱস্থিত নহয়?

22.

নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ((NHAI) ৰ ফাষ্টেগ ট’লৰ পৰা ৰেহাই দিয়া হয়?

23.

অসমৰ প্রথমটো আধুনিক ৰঙ্গমঞ্চ ‘বান থিয়েটাৰ’ কোন ঠাইত অৱস্থিত?

24.

নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত?

25.

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল?

26.

প্রথম ভাৰতীয় মহাকাশচাৰী কোন আছিল?

27.

অসম ৰাজ্যিক সংগ্ৰহালয়খন ক’ত অৱস্থিত?

28.

নিয়লিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাবে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে?

29.

কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল?

30.

বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি?

31.

নিয়লিখিত সমূহৰ কোনটো মৌল নহয়?

32.

নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়?

33.

প্রতিবছৰে মে’ মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়?

34.

1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন-মেগচেছে বটাটি কাক প্ৰদান কৰা হৈছিল?

35.

নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ?

36.

এজন ব্যক্তিয়ে যদি “টাকা” ৰে ধন বিনিময় কৰে, তেন্তে তেও কোনখন দেশত আছে?

37.

কোনখন দেশে ভাৰতলৈ হিং ৰ সৰ্বাধিক ৰণ্ডানি কৰে?

38.

ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে “গ’ড্‌ছ অ’উন কান্ট্ৰী”?

39.

নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী খন কোনখন ৰাজ্যত অৱস্থিত?

40.

কাউন্টাৰ ইনচাৰ্জেঞ্চী এণ্ড জাংগল ওৱাৰফেয়াৰ স্কুল খন মিজোৰামৰ ক’ত অৱস্থিত।

41.

ছাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন

42.

হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীন অস্কাৰ বুলিও জনাজাত, হুইটলি বঁটাটি কোন গৰাকী ব্যক্তিয়ে লাভ কৰিছিল ?

43.

শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাবে ............ৰ অধীনত প্ৰণয়ন কৰা হৈছিল।

44.

অৰ্থশাস্ত্ৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল?

45.

নিম্নলিখিত কোন গৰাকী অভিযাত্ৰীয়ে মহন্মদ-বিন-টোগলকৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল?

46.

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন?

47.

ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে, সেই দুখন দেশ হৈছে

48.

ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্নামেন্ট খেলা হ’য়, সেই বঁটাটো হৈছে

49.

1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে:

50.

NITI আয়োগৰ পদেন চেয়াৰমেন গৰাকী কোন?

51.

ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়?

52.

বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়?

53.

মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দুৰত্বক বোলা হয়:

54.

নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা খোৱা নাই?

55.

কত চুনামীৰ সৃষ্টি হয়?

56.

ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই?

57.

মুদ্ৰাবিহীন ভাৱে বয়বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে:

58.

“দাল-বাটি-চুৰমা” নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিবেশন ক’ৰা হয়?

59.

সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়?

60.

ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ-পূব ভাৰতত পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ব শাষনৰ ব্যৱস্থা কৰা হৈছে?

61.

62.

7 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈঘ্কি এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ’ল । বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ হ’ব : (ধৰি লোৱা, π=22/7)

63.

The HCF and LCM of two numbers are 25 and 2573 respectively. If one of the two numbers is 27, then the other number is

64.

If √1296 = x2, then the value of x will be:

65.

বিজিতে কোনো এক সামগ্ৰী ₹800 ও ক্ৰয় কৰিলে আৰু সামগ্ৰীটো এনেদৰে বিক্ৰি কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰিমূল্যৰ 20% ৰ সমান হয় ৷ সামগ্ৰীবিধৰ বিক্ৰিমূল্য হৈছে :

66.

0.5 মি.মি. বেধৰ কাগজৰ শ্ৱীট এখন একাধিক বাৰ ভাজ কৰি 1.28 চে.মি. আকাৰৰ এটা ছিদ্ৰক ঠিলা মাৰিবলৈ ব্যৱহাৰ ক’ৰা হ’ল । এইক্ষেত্ৰত কাগজখিলাত দিয়া মুঠ ভাজৰ সংখ্যা হৈছে:

67.

A rectangle has 15 cm as its length and 150 cm2 as its area. If the area is increased to 1 1/3 times the original area by increasing its length only, the new perimeter will be

68.

Which of the following is a factor of the polynomial x2– x – 2?

69.

শৃংখলটোৰ গড়মান হৈছে
7, 12, 5, 1, 4, 2, 1, 12, 17, 16, 1, 5, 8

70.

0.003 + ? = 0.3 সমীকৰণটোৰ প্ৰশ্নবোধক চিহ্ন (?) ক প্ৰতিস্থাপিত কৰা সংখ্যাটো হৈছে:

71.

নিয়নলিখিত ভগ্নাংশ সমূহৰ কোনটো আটাইতকৈ ডাঙৰ?

11/12, 12/13, 13/14 , 14/15

72.

1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 7.8 গ্ৰামৰ সমান হ’ব?

73.

If a/b=8/6, then the value of 6a + 2b/4a – 2b is:

74.

ৰাজেনে 2 কি.মি./ঘন্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় আৰু স্কুলৰ পৰা 3 কি.মি /ঘন্টা বেগত ঘৰলৈ উভতি আহে ৷ আহ-যাহ দুয়োটা প্ৰক্ৰিয়াতে যদি তেওঁৰ 5 ঘন্টা সময়ৰ প্ৰয়োজন হয়, তেন্তে তেওঁৰ ঘৰৰ পৰা স্কুললৈ দুৰত্ব হৈছে:

75.

The total surface area of a cube is 96 cm2. The volume of the cube is:

76.

কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2: 3 । বৃত্তদুটাৰ কালিৰ অনুপাত হৈছে:

77.

If x +1/x= 4, then the value of x2+1/x2 is:

78.

12 চে.মি. বাহুৰ দৈৰ্ঘ্যৰে সমবাহু ত্ৰিভূজ এটাৰ কালি হৈছে:

79.

ৰবিয়ে পাকঘৰৰ মজিয়া কিছুমান বৰ্গাকৃতিৰ টাইলৰে খচিত কৰিবলৈ যো-জা কৰিছে। প্রতিটো টাইলৰ বাহুৰ দৈৰ্ঘ্য 10 চে.মি. ৷ পাকঘৰটো দীঘে 2.4 মি. আৰু পুতলে 1.6 মি. ৷ ৰবিক প্ৰয়োজন হোৱা টাইলৰ সংখ্যা হৈছে:

80.

এজন মানুহে ₹ 2,000 ছপামূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে। যদি তেওঁ পৰ্য্যায়ক্ৰমে 20% আৰু 10% ৰ দুটা ৰেহাই লাভ কৰে, তেন্তে তেওঁ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল?

81.

মান নিৰ্ণয় করা:
– [– {– (–1) ( –1)}] – [– {– (–1) ( –1)}]

82.

এটা পাশাগুটিৰ ছয়টা পিঠিত ক্ৰমান্বয়ে 1, 1, 2, 2, 4, 4 চিহ্নিত কৰি থোৱা আছে। পাশাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে ‘2’ চিহ্ন ওপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা হৈছে:

83.

84.

শতকৰা বছৰি 5% সৰল সুদত মনোজে ₹ 6,000 ধাৰলৈ ল’লে । যদি তেওঁ এমাহৰ মূৰত সমূহ ধন পৰিশোধ কৰাৰ সিদ্ধান্ত লয়, তেন্তে পৰিশোধ কৰিবলগা ধনৰ পৰিমাণ হৈছে:

85.

যদি a > b, (a > 0, b > 0) হয়, তেন্তে নিম্নলিখিত কোনটো উক্তি সত্য?

86.

Q. No. 86 to 88 : Choose the correct SYNONYM for the given word:

Pompous

87.

Choose the correct SYNONYM for the given word:

Timid

88.

Choose the correct SYNONYM for the given word:

Virtue

89.

Q. No. 89 to 91 : Choose the correct ANTONYM for the given word:

Harass

90.

Q. No. 89 to 91 : Choose the correct ANTONYM for the given word:

Gorgeous

91.

Q. No. 89 to 91 : Choose the correct ANTONYM for the given word:

Bloom

92.

Q. No. 92 to 94: Choose the correct preposition:

I always get nervous when I have to speak _____ an audience.

93.

Q. No. 92 to 94: Choose the correct preposition:

Submit your assignments _____ ten days of the announcement.

94.

Q. No. 92 to 94: Choose the correct preposition:

No student or teacher should be _____ this famous reference book.

95.

Q. No. 95 to 96: Choose the correct option:

A number of vehicles travelling together under escort for the sake of safety is called

96.

Q. No. 95 to 96: Choose the correct option:

Love for one’s country is known as

97.

Q. No. 97 to 98: Fill in the blanks with correct options:

A gifted scientist, Newton _____ some of the most fundamental laws in the history of science

98.

Q. No. 97 to 98: Fill in the blanks with correct options:

We are all worried about the _____ condition of the company.

99.

Choose the correct order to complete the sentence:

I. relationship between two or more
II. people, places or things
III. a relationship in space or time as a logical
IV. prepositions are used to show

100.

A group of lions is called

101.

PENTAGRAPH – ENTAGRAP – NTAGRA – ?

102.

নিম্নলিখিত ক্ৰমটিতে অশুদ্ধ সংখ্যাটি চিহ্নিত কর:

7 – 10 – 15 – 22 – 30 – 42 – 55

103.

নিম্নলিখিত ক্ৰমটিতে অশুদ্ধ সংখ্যাটি চিহ্নিত কর:

(2, 6, 24, 60, 120, 216)

104.

নিম্নলিখিত পৰ্য্যায় সমূহ বিবেচনা কৰা -

পৰ্য্যায় 1: 4 যোগ কৰা
পৰ্য্যায় 2: 1 বিয়োগ কৰা
পৰ্য্যায় 3: যদি 15 তকৈ সৰু হয় তেন্তে পৰ্য্যায় 1 লৈ গুছি যোৱা আৰু তাৰপৰা পুনৰ আৰম্ভ কৰা; অন্যথা পৰ্য্যায় 4 লৈ আগবাঢ়ি যোৱা
পৰ্য্যায় 4: 3 যোগ কৰা
পৰ্য্যায় 5: যদি 18 তকৈ ডাঙৰ হয় তেন্তে 2 বিয়োগ কৰা

আৰম্ভনী মান 2 ধৰিলৈ উপৰোক্ত পৰ্য্যায় সমূহেৰে আগবাঢ়ি গৈ থাকিলে অন্তিম ফলাফল কি হ’ব?

105.

নিম্নলিখিত কোন যোৰ শব্দই “নতুন দিল্লী : চাৰমিনাৰ” সম্পৰ্কটিৰ সদৃশ সম্পৰ্ক স্থাপন কৰে?

106.

নিম্নলিখিত কোনটো যুগ্ম এক শুদ্ধ যুগ্ম নহয়?

107.

মিলিটাৰীৰ সৈতে সম্পৰ্কিত শব্দটো চিনাক্ত কৰা।

108.

নিম্নলিখিত কোনটো শব্দ যুগ্মই “ইঞ্জিন : বাহন” সম্পৰ্কটিৰ সদৃশ সম্পৰ্ক স্থাপন কৰে?

109.

একেটা গোটত অন্তৰ্ভূক্ত কৰিব নোৱাৰা সংখ্যাটো চিনাক্ত কৰা।

110.

একেটা গোটত অন্তৰ্ভূক্ত কৰিব নোৱাৰা সংখ্যাটো চিনাক্ত কৰা।

111.

গীতাক প্ৰিয়াৰ সৈতে চিনাকি কৰাই দি ৰজনীয়ে ক’লে -- “তাই মোৰ ককাদেউতাৰ একমাত্ৰ পুত্ৰৰ জীয়াৰী ।” ৰজনীৰ সৈতে গীতাৰ সম্বন্ধটো কি?

112.

যদি 4532986 সংখ্যাটো ওলোটাকৈ লিখা হ’য়, তেন্তে স্থান অপৰিৱৰ্তিত থকা অংকটো হৈছে

113.

ইংৰাজী বৰ্ণমালাৰ সৌমাজৰ দুয়োটা বৰ্ণ নিম্নলিখিত কোনটো শব্দত সোমাই আছে?

114.

চিৰিয়েদি তললৈ নামি আহৌতে জিগ্নেসে প্ৰথমে 4 খোজ নামে, 3 খোজ উঠে, 6 খোজ নামে, 2 খোজ উঠে, 10 খোজ উঠে আৰু অৱশেষত 2 খোজ নামে । আৰম্ভনী স্থান সাপেক্ষে তেওঁ এতিয়া ক’ত থিয় হৈ আছে?

115.

নিম্নলিখিত কোনটো শব্দই আনবোৰ শব্দত স্থাপিত নীতিটো অনুসৰণ কৰা নাই?

116.

A+B ৰ অৰ্থ হ’ল, A হৈছে B ৰ মাতৃ । A-B ৰ অর্থ হ’ল, A হৈছে B ৰ ভাতৃ । A@B ৰ অৰ্থ, হ’ল, A হৈছে B ৰ পিতৃ, আৰু AxB অৰ্থ হৈছে A হ’ল B ৰ ভগ্নী । নিম্নলিখিত কোনটো বিকল্পই প্ৰকাশ কৰে যে B হৈছে Q ৰ মামা?

117.

কোনো এক চাইকেল দৌৰ প্ৰতিযোগিতাত কমলক ঠিক চেৰ পেলাই মোহিত আগবাঢ়ি আছিল । অন্তিম স্থানত ৰেচমা আছিল, কিন্তু কিছু সময়তে তাই পিংকীক চেৰ পেলায় । প্ৰতিযোগিতাৰ অন্তিম মূহুৰ্তত পিংকীয়ে কিৰণক চেৰ পেলালে আৰু ঠিক একে সময়তে ৰেচমাই মোহিতক চেৰ পেলাই প্ৰতিযোগিতাত বিজয় লাভ কৰে ৷ প্ৰতিযোগিতাটিত কোনে অন্তিম স্থান লাভ কৰিছিল?

118.

ঠিক সমুখত এটা যুগ্ম সংখ্যা আৰু ঠিক পিছত এটা ইংৰাজী স্বৰবৰ্ণৰে প্রদত্ত শৃংখলাটোত কিমানটো ‘4’ আছে?
6 4 D 5 3 4 I 3 B D 6 8 4 U 6 4 A M 1 5 4 E 9 G 3 1 6 K L B 2 4 O 5 4

119.

36, 34, 30, 28, 24, ....... শৃংখলাটোৰ পৰৱৰ্তী কোন দুটা সংখ্যা থাকিব?

120.

বিসদৃশ শব্দটো চিনাক্ত কৰা:

121.

12, 11, 13, 12, 14, 13, ?, ... শৃংখলাটোৰ প্ৰশ্নবোধক চিহ্ন (?) টোত কি বহিব?

122.

যদি Parts আৰু Strap শব্দ দুটা কোনো বিশেষ নিয়ম অনুযায়ী সম্পৰ্কিত হয়, তেনে একে নিয়মেৰে Wolf শব্দটো কোন শব্দৰ সৈতে সম্পৰ্কিত হ’ব?

123.

কোনো এক ক’ড অনুসৰণ কৰি MILITARY ক NIMIUASY হিচাবে লিখা হৈছে । একেটা ক’ডত SEMINARY ক কেনেদৰে লিখিব লাগিব ?

124.

নিম্নলিখিত কোনটো শব্দ একেটা গোটত অন্তৰ্ভূক্ত নহয়?

125.

নিম্নলিখিত কোনটো শব্দ বাকী শব্দবোৰৰ দৰে নহয়?

126.

আৰ্হিটোত থকা প্ৰশ্নবোধক চিহ্ন (?) টোৰ ঠাইত বহিবলগা সম্ভাব্য সংখ্যাটো চয়ন কৰা:

127.

হাতী, মাংসভোজী, বাঘ, এই শব্দকেইটাক তলত দিয়া কোনটো ভেন চিত্ৰই প্ৰতিনিধিত্ব কৰিব?

128.

এই চিত্ৰসমূহৰ কোনটো চিত্ৰ আন চিত্ৰসমূহতকৈ পৃথক?

129.

এটা লুডুগুটি দুবাৰ প্ৰক্ষেপ কৰি পোৱা ফলাফল চিত্ৰত দেখুওৱা হৈছে ।

ইয়াৰে ‘5’ লিখা পিঠিটোৰ ঠিক বিপৰীত পিঠিত থকা অংকটো হৈছে

130.

প্ৰদত্ত চিত্ৰৰ কোনটো অংগৰ ক্ষেত্রত ইয়াৰ আভ্যন্তৰীণ কোণ সমূহৰ যোগফল 360 degree তকৈ ক’ম?

131.

প্ৰদত্ত চিত্ৰসমূহ অধ্যয়ন কৰা আৰু “?” চিহ্নটোত বহিব পৰা চিত্ৰটো বিচাৰি উলিওৱা ।

132.

আন সমূহতকৈ অমিল চিত্ৰটো চিনাক্ত কৰা:

133.

‘X’ ৰে চিহ্নিত চিত্ৰটোৰ দাপোন-প্ৰতিবিম্ব চিত্ৰটো হৈছে -

 

 

134.

স্বচ্ছ শ্ৱীটত অঁকা প্ৰদত্ত আৰ্হিটো বিন্দুযুক্ত ৰেখাত ভাজ দিলে আৰ্হিটো দেখিবলৈ কেনেকুৱা হ’ব,

তাক চিনাক্ত কৰা।

 

135.

প্ৰদত্ত আৰ্হিটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা অংশটো চিনাক্ত কৰা:

Loading.. Please Wait

Motivate Others By Sharing This In Social Media By Clicking Below

Facebook Twitter